Career Today

বিশেষ কেৰিয়াৰ নিৰ্বাচনৰ ক্ষেত্ৰত জনিবলগীয়া প্ৰশ্ন আছে নেকি? উল্লেখ কৰিব –

সঠিক সময়ত কেৰিয়াৰ পৰিকল্পনা

কেৰিয়াৰ পৰিকল্পনা আৰু নিৰ্বাচন হৈছে এক দীৰ্ঘকালীন প্ৰক্ৰিয়া। নিৰ্বাচিত কেৰিয়াৰে ভৱিষ্যতে কেনেদৰে সহায় কৰিব সেয়া চাইহে প্ৰত্যেকজন শিক্ষাৰ্থীয়ে বিষয় নিৰ্বাচন কৰিব লাগে। সম্প্ৰতি কেৰিয়াৰ হিচাপে ল’ব পৰা বিভিন্ন ক্ষেত্ৰ তথা পাঠ্যক্ৰম আছে, যিবোৰ অধ্যয়নৰ যোগেদি শিক্ষাৰ্থীসকলে ভৱিষ্যৎ গঢ় দিব পাৰে। কিন্তু সকলোৰে বাবে সকলো পাঠ্যক্ৰম উপযুক্ত নহ’বও পাৰে। অসংখ্য পাঠ্যক্ৰমৰ মাজৰ পৰা উপযুক্ত পাঠ্যক্ৰমটো নিৰ্বাচন কৰিব পৰাটোহে সফল শিক্ষাৰ্থীৰ পৰিচয়। ভাৰতত অধ্যয়নৰ সুবিধা তথা তেনে বহুকেইটা সম্ভাৱনাময় কেৰিয়াৰ সন্দৰ্ভত পাঠকক জনোৱাৰ প্ৰয়াসেৰে প্ৰস্তুত কৰা হৈছে এইলানি বিশেষ প্ৰতিবেদন –

আপুনি আপোনাৰ কেৰিয়াৰ নিৰ্বাচনক লৈ বিভ্ৰান্ত নেকি?

সঠিক পথ বিচাৰি উলিয়াবলৈ অপাৰগ?

আমাৰ Career Guidance Session ত ভাগ লওক

অষ্টম শ্ৰেণী বা তাৰ ওপৰৰ শিক্ষাৰ্থীসকলৰ বাবে মুকলি

উজ্জ্বল ভৱিষ্যতৰ বাবে সঠিক সময়ত সঠিক পদক্ষেপ গ্ৰহণ কৰক

অধিক জানিবলৈ আমাক ফোন কৰক ৯৩৬৫৫৭৮৪০৪